We are not a blood bank. We connect people who need blood with people who can give it.

Assam Blood Donor

ৰকত বিচাৰি অলপো কষ্ট নালাগে।

আমি ৰকতৰ প্ৰয়োজন থকা লোকক পৰীক্ষিত স্বেচ্ছাসেৱী ৰক্তদাতা আৰু অনুজ্ঞাপ্ৰাপ্ত ৰক্ত কেন্দ্ৰৰ সৈতে সংযোগ কৰোঁ। আমি ৰক্ত বেংক নহয়, মানুহৰ নেটৱৰ্ক।

কেনেদৰে কাম কৰে

১. অনুৰোধ দিয়ক

চিকিৎসালয়, ৰকতৰ গোট, ইউনিট আৰু তাৰিখ লিখক। ৰোগীৰ তথ্য নালাগে।

২. আমি ফোনত পৰীক্ষা কৰোঁ

সমন্বয়কে ফোন কৰি নিশ্চিত কৰে, তাৰ পাছতহে ৰক্তদাতাক জনাই দিয়া হয়।

৩. ৰক্তদাতাই "হয়" কয়

ৰক্তদাতাই লিংকেৰে উত্তৰ দিয়ে, লগইনৰ প্ৰয়োজন নাই। তাৰ পাছত সমন্বয়কে সকলো ঠিক কৰি দিয়ে।

ইংৰাজীত অধিক তথ্য: English · ৰক্ত কেন্দ্ৰৰ তালিকা